ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : বাঁহ বা লোহা আদিৰ মিহি পাত বেঁক্া কৰি দূইমূৰে গুণ লগাই সজা অস্ত্র, যিহেৰে কাঁড় মৰা হয়
ಉದಾಹರಣೆ : চিকাৰীজনে ধনুৰে বাঘটোলৈ শৰ নিক্ষেপ কৰিলে
ಸಮಾನಾರ್ಥಕ : ধনুক, ধেনু
ಅರ್ಥ : ৰাশিচক্র গণনাৰ দ্বাদশ ৰাশিৰ মাজৰ নৱম ৰাশি
ಉದಾಹರಣೆ : এই মাহটো ধনু ৰাশিৰ লোকৰ কাৰণে ভাল
ಸಮಾನಾರ್ಥಕ : ধনু ৰাশি, ধনুৰাশি
ಸ್ಥಾಪನೆ