ಅರ್ಥ : অনাহকত দোষ উলিওৱা কার্য
ಉದಾಹರಣೆ :
কোনো কোনোৱে দোষ-খুচৰি ভাল পায়
ಅರ್ಥ : দোষ উলিওৱা ব্যক্তি
ಉದಾಹರಣೆ :
দোষ-খোচৰাৰ দৃষ্টিৰ পৰা অতি সৰু কথাও সাৰি নাযায়
ಸಮಾನಾರ್ಥಕ : ছিদ্রান্বেষক, ছিদ্রান্বেষী
ಅರ್ಥ : আনৰ দোষ বিচাৰিফুৰোঁতা
ಉದಾಹರಣೆ :
দোষ-খোচৰা ব্যক্তিয়ে নিজৰ বেয়া স্বভাৱৰ বিষয়ে সদায় অজ্ঞতা প্রকাশ কৰে
ಸಮಾನಾರ್ಥಕ : ছিদ্রান্বেষী, দোষদর্শী