ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ দেহ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

দেহ   বিশেষ্য

ಅರ್ಥ : প্রাণীৰ একে ৰূপতে থকা সকলো অংগৰ সমষ্টি

ಉದಾಹರಣೆ : শৰীৰ ভালে ৰাখিবলৈ ব্যায়াম কৰা উচিত যি দৰে আমি পুৰণা কাপোৰ সলাই নতুন কাপোৰ পিন্ধো সেইদৰে আত্মাইও পুৰণা দেহ ত্যাগ কৰি নতুন দেহত প্রৱেশ কৰে

ಸಮಾನಾರ್ಥಕ : ইন্দ্রিয়াতন, কায়, গা, গাত্র, তনু, দেহপিঞ্জৰ, দেহা, বপু, ভোগায়তন, শৰীল, শৰীৰ

ಅರ್ಥ : শৰীৰৰ ডিঙিৰ তলৰ পৰা কঁ্কাললৈকে দেহৰ অংশ

ಉದಾಹರಣೆ : তৰোৱালৰ এটা ঘাপতে তেওঁৰ মূৰ গাৰ পৰা বেলেগ হৈ গʼল

ಸಮಾನಾರ್ಥಕ : গা, দেহা, শৰীৰ