ಅರ್ಥ : যি দেশৰ প্রতি দ্রোহ কৰিছে
ಉದಾಹರಣೆ :
সতর্ক্্তা অৱলম্বন কৰি দেশদ্রোহীৰ ষড়যন্ত্র বিফল কৰিব পৰা যায়
ಸಮಾನಾರ್ಥಕ : ৰাজবিদ্রোহী, ৰাষ্ট্রদ্রোহী
ಅರ್ಥ : যিয়ে দেশৰ প্রতি বিদ্রোহ কৰিছে
ಉದಾಹರಣೆ :
দেশদ্রোহী ব্যক্তিয়ে মৃত্যুদণ্ডৰ শাস্তি পোৱা উচিত
ಸಮಾನಾರ್ಥಕ : ৰাষ্ট্রদ্রোহী