ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ দেখুওৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

দেখুওৱা   ক্ৰিয়া

ಅರ್ಥ : কোনো বস্তু বা কার্য আদিৰ ফালে ইংগিত কৰা

ಉದಾಹರಣೆ : মায়ে মোক আকাশত ধ্রুৱ তৰাৰ স্থিতি দেখুৱালে

ಸಮಾನಾರ್ಥಕ : নির্দেশ ্কৰা

ಅರ್ಥ : কোনো ব্যক্তি, পদার্থ ্ বা কাম-কাজ আদিৰ ৰূপ-ৰং, আকাৰ-প্রকাৰ বা গুণ আদিৰ জ্ঞান লাভ কৰা

ಉದಾಹರಣೆ : তেওঁৰ নতুন ঘৰটো আমাক দেখুৱালে

ಸಮಾನಾರ್ಥಕ : দর্শন ্ কৰা, দেখুৱা

ಅರ್ಥ : অনুভৱ কৰোৱা

ಉದಾಹರಣೆ : ভাগ্যই আমাক বহুত বেয়া দিন দেখুৱালে

ಅರ್ಥ : * কৃত্রিমভাৱে প্রস্তুত কৰা বা দেখুওৱা বা আনৰ নিচিনাকৈ অভিনয় কৰা

ಉದಾಹರಣೆ : শীলাই নিজকে অভিনেত্রী যেন দেখুৱায়

ಸಮಾನಾರ್ಥಕ : প্রদর্শন ্কৰা

ಅರ್ಥ : অনুসন্ধান বা নিৰীক্ষণ কৰা

ಉದಾಹರಣೆ : আপুনি ৰোগীজনক ডাক্তৰক দেখুৱালে নেকি ?

ಅರ್ಥ : নিৰীক্ষণ কৰোৱা কার্য

ಉದಾಹರಣೆ : প্রত্যক্ষদর্শীয়ে পুলিচক হত্যা হোৱা ঠাইখিনি দেখুৱালে

ಸಮಾನಾರ್ಥಕ : দেখুৱা