ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : নাটকৰ কোনো এক ঘটনাৰ অভিনীত বা মঞ্চস্থ ৰূপ যাক এটা অংক বা ভাগত বিভক্ত কৰা হয়
ಉದಾಹರಣೆ : নাটকৰ শেষ দৃশ্যতহে হত্যাকাৰী কোন গম পোৱা গʼল
ಅರ್ಥ : নাটকৰ এনেকুৱা এটা ৰূপ, যʼত কেতিয়াবা এটা খণ্ড বা কেইবাটাও খণ্ড থাকিব পাৰে:নাটকৰ দ্বিতীয় অংকত নায়িকাই নিজৰ বলিষ্ঠ অভিনয়েৰে দর্শকক মন্ত্র-মুগ্ধ কৰিলে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : অংক, নাট্যাংক, নাট্যাংশ
ಅರ್ಥ : চকুৰ সন্মুখত থকা পদার্থ, ্ ঘটনা বা ঠাই
ಉದಾಹರಣೆ : সূর্যাস্তৰ দৃশ্য বৰ ধুনীয়া আছিল বৰষুণৰ কাৰণে বাহিৰৰ ছবিখন অস্পষ্ট হৈ আছিল
ಸಮಾನಾರ್ಥಕ : ছবি, পট
ಸ್ಥಾಪನೆ