ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ দুৰূহ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

দুৰূহ   বিশেষণ

ಅರ್ಥ : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য

ಉದಾಹರಣೆ : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল

ಸಮಾನಾರ್ಥಕ : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, টান, দুষ্কৰ, সুকঠিন

ಅರ್ಥ : যিটো কৰিবলৈ কঠিন

ಉದಾಹರಣೆ : হিমালয় পর্বত আৰোহণ কৰাটো কার্য

ಸಮಾನಾರ್ಥಕ : দুঃসাধ্য, দুষ্কৰ

ಅರ್ಥ : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়

ಉದಾಹರಣೆ : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়

ಸಮಾನಾರ್ಥಕ : অসহজ, কঠিন, কঠোৰ, দুর্বোধ্য, দুষ্কৰ, বিচল

ಅರ್ಥ : যিটো সোনকালে বুজি পোৱা নাযায়

ಉದಾಹರಣೆ : এই কঠিন প্রশ্নটোৰ উত্তৰ প্রশ্নকর্তাক সোধাই ভাল হʼব

ಸಮಾನಾರ್ಥಕ : অবোধগম্য, কঠিন, টান

ಅರ್ಥ : যিটো গম্য নহয় বা যাব নোৱাৰা

ಉದಾಹರಣೆ : আমি ্ দুর্গম পথৰ পথিক

ಸಮಾನಾರ್ಥಕ : অগম্য, কঠিন, দুর্গম, দুর্গম্য, দুৰধিগম্য