ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ দুৰাচাৰী ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

দুৰাচাৰী   বিশেষ্য

ಅರ್ಥ : দুষ্ট বা মিছলীয়া ব্যক্তি

ಉದಾಹರಣೆ : দুর্জনৰ সংগৰ ্পৰা আঁতৰি থাকিবা

ಸಮಾನಾರ್ಥಕ : খল, দুর্জন, দুৰাত্মা, বেয়া মানুহ, শঠ, ্হাৰামি

দুৰাচাৰী   বিশেষণ

ಅರ್ಥ : দুষ্কর্ম কৰোতা বা যি ভাল কাম নকৰে

ಉದಾಹರಣೆ : দুষ্কর্মলৈ ভয় কৰিবা, কিন্তু ্দুষ্কর্মী লোকলৈ নহয়

ಸಮಾನಾರ್ಥಕ : কু-কর্মক্াৰী, খল, দুষ্কর্মী, দুষ্কার্যক্াৰী, দুষ্কৃতিকাৰী, ্অপকর্মী, ্দুষ্কর্মক্াৰী

ಅರ್ಥ : যি পাপ কৰে বা পাপ কৰোতা

ಉದಾಹರಣೆ : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে

ಸಮಾನಾರ್ಥಕ : অধম, অনাচাৰী, দুষ্টাচাৰী, নীচ, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপমতি, পাপাত্মা, পাপিষ্ঠ, পাপী, ্অধর্মী

ಅರ್ಥ : যিজন বেয়া বা নিন্দনীয় চৰিত্রৰ

ಉದಾಹರಣೆ : চৰিত্রহীন ব্যক্তি সমাজৰ অভিশাপ স্বৰূপ

ಸಮಾನಾರ್ಥಕ : চৰিত্রহীন, দুশ্চৰিত্র, ভ্রষ্টাচাৰী