ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : দোষযুক্ত বা যিয়ে দুষ্টামি কৰে:দুষ্ট মানুহে সদায় বেলেগৰ অহিত চিন্তা কৰে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : অধম, অসজ, অসজ্জন, অসন্ত, অসাধু, খল, দুর্জন, পাঁজী, শঠ, হাৰামী, ্ বদমাচ
ಅರ್ಥ : ভালৰ ওলোটা বা বিপৰীত
ಉದಾಹರಣೆ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
ಸಮಾನಾರ್ಥಕ : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
ಅರ್ಥ : যিজনে বৰ উৎপাত কৰে
ಉದಾಹರಣೆ : দুষ্ট লʼৰা-ছোৱালীবোৰে মানুহক বৰ আমনি কৰে
ಸಮಾನಾರ್ಥಕ : উৎপতীয়া, খটাসুৰ, বদমাচ
ಸ್ಥಾಪನೆ