ಅರ್ಥ : দুখন মুখ থকা বা যাৰ দুখন মুখ আছে
ಉದಾಹರಣೆ :
যাক দুমুখীয়া সাপ বুলি কোৱা হয় বাস্তৱতে সেইয়া দুমুখীয়া সাপ নাথাকে
ಅರ್ಥ : কোনো কাজিয়া আদিত দুয়োপক্ষৰ ফালৰ পৰা যিজনক নিয়োজিত কৰা হয়
ಉದಾಹರಣೆ :
আমি দুমুখীয়া ব্যক্তিৰ ওপৰত বিশ্বাস কৰা উচিত নহয়
ಸಮಾನಾರ್ಥಕ : দুফলীয়া
ಅರ್ಥ : দুটা কথা কোৱা বা দুই ধৰণৰ আচৰণ কৰা মানুহ
ಉದಾಹರಣೆ :
দুমুখীয়া মানুহৰ ওপৰত মোৰ খং উঠে
ಅರ್ಥ : যাৰ দুখন মুখ আছে
ಉದಾಹರಣೆ :
বাজীকৰে মানুহক দুমুখীয়া সাপ দেখুৱালে