ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সংসাৰ বা ভূমণ্ডলৰ বিশেষ হিচাপে গণ্য কৰা এক ভাগ
ಉದಾಹರಣೆ : পোক-পতঙ্গৰ এখন বেলেগ জগত আছে
ಸಮಾನಾರ್ಥಕ : জগত, বিশ্ব, সংসাৰ
ಅರ್ಥ : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো
ಉದಾಹರಣೆ : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব
ಸಮಾನಾರ್ಥಕ : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি
ಸ್ಥಾಪನೆ