ಅರ್ಥ : কোনো বস্তু আদি যিমান পৰিমাণৰ আছে তাতকৈ আৰু এগুণ অধিক মাত্রাৰ এক পৰিমাণ
ಉದಾಹರಣೆ :
দুইৰ দুগুণ চাৰি
ಅರ್ಥ : যিমান থাকে আৰু সিমান
ಉದಾಹರಣೆ :
যোৱা কিছু বছৰত মোৰ গাঁৱত নিবনুৱা দুগুণ বাঢ়িল
ಅರ್ಥ : যিমান আছে তাৰ সমপৰিমাণৰ আৰু অধিক
ಉದಾಹರಣೆ :
এই দোকানীজনে কিছুমান বস্তু দুগুণ দামত বিক্রী কৰি আছে