ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন
ಉದಾಹರಣೆ : সোমবাৰ সপ্তাহৰ প্রথম দিন
ಸಮಾನಾರ್ಥಕ : অহ্ন, দিন, বাসৰ, বাৰ
ಅರ್ಥ : নিশ্চিত বা উচিত সময়
ಉದಾಹರಣೆ : আজি মোৰ লʼৰাটোৰ জন্ম দিন
ಸಮಾನಾರ್ಥಕ : দিন
ಅರ್ಥ : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি
ಉದಾಹರಣೆ : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়
ಸಮಾನಾರ್ಥಕ : অহ, অহ্ন, দিন, দিনা, দিবা, বাসৰ, বাৰ, ৰোজ
ಅರ್ಥ : কোনো ধৰণৰ স্মৰণীয় কার্য ্বা ঘটনা সংঘটিত হোৱা বিগত ্বর্ষৰ দিন বিশেষ
ಉದಾಹರಣೆ : আজি আমাৰ বিয়াৰ বছৰেকীয়া তিথি পৰিছে
ಸಮಾನಾರ್ಥಕ : তিথি, বার্ষিকী, ্পর্ব
ಅರ್ಥ : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়
ಉದಾಹರಣೆ : এদিনত আঠটা প্রহৰ থাকে
ಸಮಾನಾರ್ಥಕ : তিথি, দিন
ಅರ್ಥ : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা
ಉದಾಹರಣೆ : মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়
ಸ್ಥಾಪನೆ