ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ক্ষেত্রীয় বৃত্তৰ কোনো এটিফালে প্রসাৰিত হৈ থকা চাৰিভাগৰ যিকোনো এটা ভাগ
ಉದಾಹರಣೆ : মোৰ ঘৰ ইয়াৰ পৰা উত্তৰ দিশত আছে বতাহৰ দিশ সলনি হৈ গৈছে
ಸಮಾನಾರ್ಥಕ : দিশা
ಅರ್ಥ : কোনো বস্তুৰ বিষয়ৰ ্অন্তর্গত ্এটা বিষয় যাৰ পৃথকে পৃথকে বিচাৰ কৰিব পৰা যায় বা বিচাৰ কৰাৰ প্রয়োজন আছে
ಉದಾಹರಣೆ : ভাৰতীয় ্অর্থব্যৱস্থাৰ বিভিন্ন দিশত ভালদৰে বিচাৰ বিবেচনা হোৱাটো আৱশ্যক
ಸಮಾನಾರ್ಥಕ : অংশ, পক্ষ, বিভাগ
ಅರ್ಥ : কোনো বস্তু বা শৰীৰৰ ্সোঁফাল বা বাওঁ্ফালৰ ভাগ
ಉದಾಹರಣೆ : আপোনাৰ কোন ফালে বিষ হৈ আছে অর্ধ্্নাৰীশ্বৰৰ এটা অংশ স্ত্রী তথা আনটো অংশ পুৰুষৰ
ಸಮಾನಾರ್ಥಕ : অংশ, ফাল
ಅರ್ಥ : নিয়ত স্থানৰ ইফাল-সিফালৰ শেষলৈকে থকা বিস্তাৰ
ಉದಾಹರಣೆ : আপোনাৰ কোন ফালে যাবলগীয়া আছে
ಸಮಾನಾರ್ಥಕ : কাষ, পিন, ফাল
ಸ್ಥಾಪನೆ