ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ দিন ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

দিন   বিশেষ্য

ಅರ್ಥ : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন

ಉದಾಹರಣೆ : সোমবাৰ সপ্তাহৰ প্রথম দিন

ಸಮಾನಾರ್ಥಕ : অহ্ন, দিৱস, বাসৰ, বাৰ

ಅರ್ಥ : নিশ্চিত বা উচিত সময়

ಉದಾಹರಣೆ : আজি মোৰ লʼৰাটোৰ জন্ম দিন

ಸಮಾನಾರ್ಥಕ : দিৱস

ಅರ್ಥ : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি

ಉದಾಹರಣೆ : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়

ಸಮಾನಾರ್ಥಕ : অহ, অহ্ন, দিনা, দিবা, দিৱস, বাসৰ, বাৰ, ৰোজ

ಅರ್ಥ : ভাল সময়

ಉದಾಹರಣೆ : সকলোৰে সুদিন আহে

ಸಮಾನಾರ್ಥಕ : সুদিন

ಅರ್ಥ : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়

ಉದಾಹರಣೆ : এদিনত আঠটা প্রহৰ থাকে

ಸಮಾನಾರ್ಥಕ : তিথি, দিৱস

ಅರ್ಥ : যি সময়ৰ মাজত কোনো বিশেষ কথা থাকে

ಉದಾಹರಣೆ : কলেজৰ দিনত আমি বহুত ফুর্তি কৰিছিলো

ಅರ್ಥ : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা

ಉದಾಹರಣೆ : মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়

ಸಮಾನಾರ್ಥಕ : দিৱস

ಅರ್ಥ : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়

ಉದಾಹರಣೆ : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???

ಸಮಾನಾರ್ಥಕ : কাল, যুগ