ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ দাৰু ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

দাৰু   বিশেষ্য

ಅರ್ಥ : এবিধ নিচাযুক্ত জুলীয়া পদার্থ ্ যাক বিভিন্ন বস্তুৰ সংমিশ্রণত বিভিন্ন ধৰণে তৈয়াৰ কৰা হয় আৰু ইয়াক সেৱন কৰিলে নৈতিকভাৱে নিন্দনীয় আৰু ধার্মিকভাৱে পাপ বুলি ধৰা হয়

ಉದಾಹರಣೆ : তেওঁ ্ সদায় গধূলি মদ খাই ঘৰলৈ উভতে

ಸಮಾನಾರ್ಥಕ : অৰিষ্ট, আসৱ, দ্রাক্ষাৰস, মদ, মদিৰা, মদ্য, সুৰা, সোমৰস

ಅರ್ಥ : ৰোগ দূৰ কৰিবলৈ খোৱা বা লোৱা দ্রৱ্য:নিয়মিতভাৱে ঔষধ খালে বেমাৰ ভাল হয়

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : ঔষধ, ঔষধ-পাতি, দাৱাই, দৰৱ, দৰৱ-পাতি, দৱাই, ভেষজ

ಅರ್ಥ : গছৰ শুকাই যোৱা স্থূল অংগ

ಉದಾಹರಣೆ : আচ-বাব বনোৱা কামতে কাঠ বেছিকৈ ব্যৱহাৰ কৰা হয়

ಸಮಾನಾರ್ಥಕ : কাঠ, কাষ্ঠ