ಅರ್ಥ : যি কথা বা কাম অৱশ্যেই পালন কৰিলগীয়া:দেশৰ প্রতি সেৱা আগবঢ়োৱাটো আমাৰ সকলোৰে পৱিত্র ্ কর্তব্য
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : কর্তব্য
ಅರ್ಥ : কোনো কাম,কথা বা বিষয়ৰ বাবে লোৱা কর্তব্যভাৰ
ಉದಾಹರಣೆ :
এই কামটো কৰাৰ দায়িত্ব কোনে লʼব?
ಸಮಾನಾರ್ಥಕ : উত্তৰ-দায়িত্ব, গাৰেন্টী, দায়িত্বভাৰ