ಅರ್ಥ : ৰহৰ, মগু, বুট আদি শস্য দলি তৰকাৰী হিচাপে ৰান্ধি খোৱা খাদ্য
ಉದಾಹರಣೆ :
তেওঁ ্ মগু দাইলৰ পকৰি খুউব ভাল পায়
ಸಮಾನಾರ್ಥಕ : দালি
ಅರ್ಥ : ৰুটি, ভাত আদিৰ লগত খোৱাৰ কাৰণে উতলোৱা বা সিজোৱা দাইলৰ এক ৰূপ
ಉದಾಹರಣೆ :
মায়ে আজি দাইল, ভাত আৰু আলুৰ আঞ্জা ৰান্ধিছে
ಸಮಾನಾರ್ಥಕ : দাইলৰ তৰকাৰী