ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ দলিওৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

দলিওৱা   ক্ৰিয়া

ಅರ್ಥ : দলিয়াই দিয়া

ಉದಾಹರಣೆ : তেওঁক ্ৰেলগাড়ীৰ পৰা দলিয়ালে

ಅರ್ಥ : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া

ಉದಾಹರಣೆ : আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল

ಸಮಾನಾರ್ಥಕ : নিক্ষেপ কৰা, পেলাই দিয়া, ভৰোৱা

ಅರ್ಥ : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা

ಉದಾಹರಣೆ : ডাষ্টবিনত জাবৰ পেলোৱা হয়

ಸಮಾನಾರ್ಥಕ : দলিয়া, নিক্ষেপ কৰা, পেলোৱা

ಅರ್ಥ : কোনো বস্তু, ব্যক্তি বা কোনো অংশক জোৰেৰে ওখ ঠাইৰ পৰা তলৰফালে পেলোৱা

ಉದಾಹರಣೆ : লʼৰাটোৱে খেলনাটো দলিয়ালে

ಸಮಾನಾರ್ಥಕ : লদিওৱা

ಅರ್ಥ : আনৰ হতুৱাই দলিয়া

ಉದಾಹರಣೆ : মালিকনীয়ে চাকৰণীৰ হতুৱাই জাবৰ দলিওৱালে