ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ দণ্ড ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

দণ্ড   বিশেষ্য

ಅರ್ಥ : হাতত লৈ যোৱা পোন, কিছু দীঘল আৰু পাতল আকাৰ কাঠ বিশেষ

ಉದಾಹರಣೆ : আইতাই লাখুটি লৈ খোজকাঢ়ি আছে

ಸಮಾನಾರ್ಥಕ : লাখুটি

ಅರ್ಥ : পাল্লা বান্ধি থোৱা তুলাচনীৰ দণ্ড বিশেষ

ಉದಾಹರಣೆ : শস্য জুখি থাকোতে তুলাচনী দণ্ডডাল ভাগি থাকিল

ಸಮಾನಾರ್ಥಕ : তুলাচনী দণ্ড, দগাপাল্লা দণ্ড

ಅರ್ಥ : কাঠ বা বাঁহ আদিৰ পোন আৰু অলপ দীঘল টুকুৰা

ಉದಾಹರಣೆ : বাগিছাত লʼৰা-ছোৱালীবোৰে লাঠীৰে আম পাৰি আছে

ಸಮಾನಾರ್ಥಕ : বাড়ি, বাৰি, মাৰি, লাঠী

ಅರ್ಥ : ষাঠী পল বা চৌবিশ মিনিটৰ সময়

ಉದಾಹರಣೆ : আজি ৰাতি কেচুৱাটো এক দণ্ডও নুশুলে

ಅರ್ಥ : যি ডাল লাঠিৰে কুমাৰে চাক ঘূৰায়

ಉದಾಹರಣೆ : কুমাৰে দণ্ডৰে চাকখন জোৰেৰে ঘূৰাই আছে

ಸಮಾನಾರ್ಥಕ : কুমাৰৰ দণ্ড

ಅರ್ಥ : অপৰাধী বা দোষীৰ দোষমুক্তিৰ বাবে আইনমতে লোৱা ধন:ৰাজহুৱা স্থানত ধূম-পান কৰা বাবে তেওঁক পাঁচশ টকা জৰিমনা ভৰালে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : অর্থদণ্ড, জৰিমনা

ಅರ್ಥ : মোটা আকাৰৰ ডাঙৰ মাৰি

ಉದಾಹರಣೆ : তেওঁ কুকুৰটোক লাঠিৰে মাৰিলে

ಸಮಾನಾರ್ಥಕ : বাৰি, লাঠি