ಅರ್ಥ : জুখিবৰ কাৰণে ব্যৱহাৰ কৰা কোনো নিশ্চিত পৰিমাণৰ শিল, লোহা আদিৰ টুকুৰা
ಉದಾಹರಣೆ :
এইটো এক কিলোৰ দগা
ಸಮಾನಾರ್ಥಕ : প্রতিমান
ಅರ್ಥ : কোনো তৎপৰতা নথকা
ಉದಾಹರಣೆ :
এলেহুৱা মানুহে কেতিয়াও কোনো কাম সময়মতে কৰিব নোৱাৰে তেওঁ ্ কামত বৰ সোৰোপা
ಸಮಾನಾರ್ಥಕ : অলস, আলস্যপৰায়ণ, এলেহুৱা, খাই গাহৰি, খাই-শো, বহিখোৱা, শুই-হগা, সোৰোপা, ৰিহাকুৰীয়া