ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : উত্তৰৰ সন্মুখৰ দিশ
ಉದಾಹರಣೆ : মোৰ ঘৰ ইয়াৰ পৰা দক্ষিণত আছে
ಸಮಾನಾರ್ಥಕ : দখিণ
ಅರ್ಥ : এশ আশী ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু
ಉದಾಹರಣೆ : দক্ষিণ সদায় দক্ষিণ দিশৰ ফালেই থাকে
ಅರ್ಥ : দক্ষিণ দিশত অৱস্থিত ৰাজ্য বা প্রদেশ
ಉದಾಹರಣೆ : সুৰেশ দক্ষিণৰ অধিবাসী
ಅರ್ಥ : দক্ষিণৰ সৈতে সম্বন্ধ থকা
ಉದಾಹರಣೆ : সোমবাৰৰ পৰা নাটো বাহিনীয়ে দক্ষিণ আফগানিস্থানত সেনা অভিযান চলায় নিজৰ পৰিৱেশ নিজৰ নিয়ন্ত্রণত আনিলে
ಸಮಾನಾರ್ಥಕ : দক্ষিণী
ಸ್ಥಾಪನೆ