ಅರ್ಥ : কঠিনতাৰে কৰা বহুত ভাল কাম
ಉದಾಹರಣೆ :
শচীনে ক্রিকেট খেলত বহুত অভিজ্ঞতা লাভ কৰিলে
ಸಮಾನಾರ್ಥಕ : অভিজ্ঞতা
ಅರ್ಥ : কাৰোবাৰ অন্তর্নিহিত বৌদ্ধিক শক্তি
ಉದಾಹರಣೆ :
চাকৰি দিয়াৰ আগতে প্রার্থীসকলৰ দক্ষতা পৰীক্ষা কৰা হয়
ಸಮಾನಾರ್ಥಕ : কুশলতা
ಅರ್ಥ : কোনো কথা আদি ভালদৰে বুজাৰ শক্তি বা তাৰ ভাল জ্ঞান
ಉದಾಹರಣೆ :
এই বিষয়ত ্তেওঁৰ ্ভাল দখল আছে
ಸಮಾನಾರ್ಥಕ : দখল