ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ থোৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

থোৱা   ক্ৰিয়া

ಅರ್ಥ : কোনো বস্তু বা ব্যক্তি এখন ঠাইৰ পৰা গৈ অন্য ঠাইত পোৱা অৱস্থা

ಉದಾಹರಣೆ : মই আপোনাৰ বস্তুবাহানিবোৰ যথাস্থানত থৈ আহিছো

ಸಮಾನಾರ್ಥಕ : থৈ অহা

ಅರ್ಥ : বেয়া হʼবলৈ নিদিয়া

ಉದಾಹರಣೆ : আচাৰক তেলত ডুবাই ৰাখি বহুদিনলৈকে ৰাখিব পাৰি

ಸಮಾನಾರ್ಥಕ : ৰখা

ಅರ್ಥ : কাৰোবাৰ লগত কোনো ঠাইলৈ পথত কোনো ধৰণৰ বিপদ নহʼবৰ কাৰণে যোৱা

ಉದಾಹರಣೆ : মই হেৰোৱা লʼৰাটোক তাৰ ঘৰত থৈ আহিলোঁ

ಸಮಾನಾರ್ಥಕ : থৈ অহা

ಅರ್ಥ : কোনো ঠাইত বা বস্তু আদিত থকা বস্তু আদিক কোনো অন্য ঠাই বা বস্তু আদিত

ಉದಾಹರಣೆ : এই কলহটোৰ পানীখিনি আন এটা কলহত ঢালি দিয়া

ಸಮಾನಾರ್ಥಕ : ঢলা, বকা, ৰখা