ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সিজোৱা মচলাযুক্ত পনীয়া ভাজি
ಉದಾಹರಣೆ : ভাতৰ লগত তেওঁক এখন ্তৰকাৰী আৰু এখন শুকান ভাজি লাগেই
ಸಮಾನಾರ್ಥಕ : পনীয়া ভাজি
ಅರ್ಥ : ৰন্ধা পাচলি
ಉದಾಹರಣೆ : আলুৰে বিভিন্ন ধৰণৰ তৰকাৰী বনাব পাৰি
ಸಮಾನಾರ್ಥಕ : চবজি, ভাজি
ಅರ್ಥ : ৰুটি, ভাত আদিৰ লগত খাবৰ কাৰণে খাদ্যোপযোগী উদ্ভিদৰ ঠানি, ফল, কন্দ, শাক আদিৰে ৰন্ধা ব্যঞ্জন বিশেষ
ಉದಾಹರಣೆ : প্রিয়ম্বদাই ভেণ্ডীৰ তৰকাৰী ৰান্ধি আছে
ಸಮಾನಾರ್ಥಕ : আঞ্জা, চ্্ব্জি
ಸ್ಥಾಪನೆ