ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ তৰংগ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

তৰংগ   বিশেষ্য

ಅರ್ಥ : প্রাকৃতিক অথবা কৃত্রিম কাৰণত উৎপন্ন হোৱা কোনো বস্তুৰ লহৰ যি কোনো শৰীৰ বা বাতাৱৰণত প্রৱাহিত হৈ থাকে

ಉದಾಹರಣೆ : বিদ্যুততো তৰঙ্গ থাকে

ಸಮಾನಾರ್ಥಕ : ঢৌ, তৰঙ্গ, লহৰ

ಅರ್ಥ : নদী, সাগৰ আদিৰ পানীভাগ লাহে-লাহে দূৰৰ পৰা ৰৈ ৰৈ ওপৰলৈ উঠি পুনৰ তললৈ নামি সমান্তৰালভাৱে সৃষ্টি কৰা এক ৰূপ

ಉದಾಹರಣೆ : সাগৰৰ ঢৌবোৰ শিলত খুন্দা খাই ওপৰলৈ উঠি গৈছে

ಸಮಾನಾರ್ಥಕ : উর্মি, কল্লোল, ঢৌ, তৰঙ্গ, লহৰ, লহৰী, হিল্লোল