ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ব্যৱহাৰ বা সেৱন নকৰা
ಉದಾಹರಣೆ : মোহনে দুমাহ আগতেই মদ এৰিলে
ಸಮಾನಾರ್ಥಕ : এৰা
ಅರ್ಥ : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য
ಉದಾಹರಣೆ : ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল
ಸಮಾನಾರ್ಥಕ : আঁতৰি যোৱা, এৰা, এৰি দিয়া
ಸ್ಥಾಪನೆ