ಅರ್ಥ : দুখ বা অঘটন ঘটাব পৰা মনৰ এনে এক উগ্র অৱস্থা যাৰ প্রৰোচনাত পৰি মানুহে উচিত অনুচিত বিচাৰ নকৰি যি কোনো কামেই কৰিব পাৰে:খং উঠিলে মানুহে যিকোনো অঘটন ঘটাব পাৰে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : অমর্ষণ, কোপ, কোপাগ্নি, কোপানল, ক্রোধ, ক্রোধন, ক্রোধাগ্নি, ক্রোধানল, খং, খং-জুই, খং-ৰাগ, গোছা, জঁক, জঁকি, জমক, তক, দ্বিতীয় ৰিপু, ফাই, ভমক, ্ অমর্ষ, ৰাগ, ৰোষ, ৰোষ-কোপ, ৰোষ-বহ্নি, ৰোষানল
ಅರ್ಥ : তেজস্বী হোৱা ভাব
ಉದಾಹರಣೆ :
তেজস্বিতাৰ কাৰণে মহাপুৰুষসকলৰ মুখমণ্ডল জিলিকি থাকে
ಸಮಾನಾರ್ಥಕ : তেজস্বিতা