ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ তিৰস্কাৰ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

তিৰস্কাৰ   বিশেষ্য

ಅರ್ಥ : গালি পৰা কার্য ্বা ভাব

ಉದಾಹರಣೆ : পৰিয়ালৰ লোকৰ গালিত অতীষ্ঠ হৈ মোহনে ঘৰ এৰি পলাই গʼল

ಸಮಾನಾರ್ಥಕ : অপযশ, অপামান, ককর্থ্্না, গঞ্জনা, গর্হাল, গালি, গালি-গালাজ, গালি-শপনি, গোর্হাল, গৰিহণা, ডাবি, ডাবি-হুকি, থেকেচনি, দুর্যশ, ধমক, ধমকি, নগুৰ-বিতণ্ডা, নিন্দা, নেওচা, নেওচা-কেওচা, বকনি, বকাবকি, বাক-বিতণ্ডা, ভর্ছ্্না, ভর্ৎসনা, ভেকাহি, শপনি, হুকি, ্দুর্ণাম, ্বদনাম, ্হেঁফনি, ৰটনা, ৰটনি

ಅರ್ಥ : যি কথা বা কামে কাৰোবাৰ মান বা প্রতিষ্ঠা হানি কৰে

ಉದಾಹರಣೆ : আমি কাকো অনাহকত অপমান কৰা উচিত নহয়

ಸಮಾನಾರ್ಥಕ : অনাদৰ, অপদস্থ, অপমান, অশ্রদ্ধা, অসন্মান, অৱজ্ঞা, অৱমাননা, অৱহেলা, উপেক্ষা

ಅರ್ಥ : কোনো অনুচিত কার্যৰ ্কাৰণে ভাল-বেয়াৰ বাচ-বিচাৰ নকৰাকৈ কোনো কথা কৈ দিয়া কার্য

ಉದಾಹರಣೆ : ৰজাই পলায়ন কৰিব বিচৰা সৈনিকক ভৎর্স্্না কৰিলে

ಸಮಾನಾರ್ಥಕ : ভৎর্স্্না