ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বস্তু আদিৰ তলৰ অংশ
ಉದಾಹರಣೆ : এই বাচনটোৰ তলিত ফুটা আছে
ಅರ್ಥ : জলাশয়ৰ তলৰ ভূমি
ಉದಾಹರಣೆ : এই নদীখনৰ তলি ভাগ ফটফটীয়াকৈ দেখিবলৈ পোৱা গৈছে
ಸಮಾನಾರ್ಥಕ : তল
ಅರ್ಥ : কোনো সামগ্রীৰ ভিতৰৰ ফালে থকা তলৰ অংশ
ಉದಾಹರಣೆ : লোটাটোৰ তলিত গেদ জমা হৈছে
ಅರ್ಥ : কোনো বস্তু আদিৰ তল অংশ
ಉದಾಹರಣೆ : তেওঁ গছৰ তলিত বহি আছে
ಸ್ಥಾಪನೆ