ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ তলা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

তলা   বিশেষ্য

ಅರ್ಥ : নিৰাপদৰ কাৰণে বাকচ, আলমাৰি, ঘৰ-দুৱাৰ আদিৰ খাৰুৱাত লগোৱা এবিধ ধাতুৰ সৰঞ্জাম

ಉದಾಹರಣೆ : চাবিপাত হেৰুৱা কাৰণে মই বাকচটোৰ তলা ভাগিব লগীয়া হʼল

ಸಮಾನಾರ್ಥಕ : তলা-চাবি

ಅರ್ಥ : বহু তৰপীয়া ঘৰৰ ওপৰ-তল হিচাপত সজা কোঠাৰ স্তৰ

ಉದಾಹರಣೆ : মোৰ ঘৰ সাত নম্বৰ মহলাত আছে

ಸಮಾನಾರ್ಥಕ : ফ্লʼৰ, মহলা

ಅರ್ಥ : কিছুমান আভূষণৰ মূৰত জোৰা লগোৱাৰ কাৰণে বা বন্ধ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা পেচযুক্ত বস্তু বিশেষ

ಉದಾಹರಣೆ : কাণফুলিৰ পেচটো কʼৰবাত সৰি পৰিল

ಸಮಾನಾರ್ಥಕ : পেচ

তলা   বিশেষণ

ಅರ್ಥ : মহলা বা খলপাযুক্ত

ಉದಾಹರಣೆ : মহানগৰত বহুমহলীয়া ঘৰ বহুত দেখিবলৈ পোৱা যায়

ಸಮಾನಾರ್ಥಕ : মহলীয়া