ಅರ್ಥ : প্রাণীৰ একে ৰূপতে থকা সকলো অংগৰ সমষ্টি
ಉದಾಹರಣೆ :
শৰীৰ ভালে ৰাখিবলৈ ব্যায়াম কৰা উচিত যি দৰে আমি পুৰণা কাপোৰ সলাই নতুন কাপোৰ পিন্ধো সেইদৰে আত্মাইও পুৰণা দেহ ত্যাগ কৰি নতুন দেহত প্রৱেশ কৰে
ಸಮಾನಾರ್ಥಕ :
ইন্দ্রিয়াতন, কায়, গা, গাত্র, দেহ, দেহপিঞ্জৰ, দেহা, বপু, ভোগায়তন, শৰীল, শৰীৰ