ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ঠিক ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ঠিক   বিশেষণ

ಅರ್ಥ : যি কোনো কাম কৰিবৰ বাবে সমর্থ

ಉದಾಹರಣೆ : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল

ಸಮಾನಾರ್ಥಕ : উচিত, উপযুক্ত, যথাযথ, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য

ಅರ್ಥ : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : উচিত, উপযুক্ত, যথাযোগ্য, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমীচীন, সমুচিত, হক, ্ যথাযথ

ಅರ್ಥ : যেনেকুৱা বস্তু তেনেকুৱাই থকা বা যʼত কোনো ধৰণৰ বিনির্মাণ বা লুক-ঢাক নাই

ಉದಾಹರಣೆ : সাক্ষীয়ে ভয় খাই সঁ্চা কথা নকʼলে

ಸಮಾನಾರ್ಥಕ : যথার্থ, সঁ্চা, সত্য

ಅರ್ಥ : যেনে হোৱা উচিত তেনেধৰণৰ

ಉದಾಹರಣೆ : এই কথাটো মোৰ উচিত যেন লগা নাই

ಸಮಾನಾರ್ಥಕ : উচিত, উপযুক্ত, যোগ্য, সঠিক

ಅರ್ಥ : যʼত কোনো ধৰণৰ ব্যৱস্থা বা নিয়ম আছে

ಉದಾಹರಣೆ : তেওঁ ্কোঠাটোৰ ঠিক কৰি থোৱা বস্তুবোৰ খেলিমেলি কৰি দিলে

ಸಮಾನಾರ್ಥಕ : বিন্যস্ত, ব্যৱস্থিত

ಅರ್ಥ : যিটো নি্র্ধাৰিত বা নিশ্চিত

ಉದಾಹರಣೆ : মই নিশ্চিত ঠাইত উপস্থিত হʼম

ಸಮಾನಾರ್ಥಕ : নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, নিয়ত, সঠিক