ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : বহুত দাম লোৱা
ಉದಾಹರಣೆ : আজিকালিৰ দোকানীয়ে গ্রাহকক প্রায়েই ঠগে
ಸಮಾನಾರ್ಥಕ : লুটা
ಅರ್ಥ : কাৰোবাৰ দ্বাৰা ঠগ খোৱা
ಉದಾಹರಣೆ : এই ব্যৱসায়ত মোক ঠগিলে
ಅರ್ಥ : ঠগ-প্রবঞ্চনা কৰি বস্তু লোৱা কার্য:তেওঁ ্ মানুহক বৰকৈ ঠগে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : চতুৰালি কৰা, চালাকি কৰা, ঠগন দিয়া, প্রবঞ্চনা কৰা
ಸ್ಥಾಪನೆ