ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো ব্যাখ্যা আদিৰ সংক্ষিপ্ত আলেখ্য
ಉದಾಹರಣೆ : তুমি মোক সেইদিনাৰ পাঠদানৰ নোটখিনি দিব পাৰিবানে ?
ಸಮಾನಾರ್ಥಕ : নোট
ಅರ್ಥ : মনত ৰাখিবৰ বাবে লিখি বা ওলমায় ৰখা বস্তু
ಉದಾಹರಣೆ : নোটটো ফ্রিজৰ ওপৰত লগায় দিবা
ಅರ್ಥ : কোনো লেখনি, চিত্র আদি যেনেদৰে আছিল তেনে ধৰণেৰেই প্রস্তুত কৰা
ಉದಾಹರಣೆ : শিক্ষার্থীয়ে কৃষ্ণফলকত লিখা প্রশ্নখিনি নিজৰ বহীত টুকিলে
ಸಮಾನಾರ್ಥಕ : কপি কৰা, নকল কৰা, লিখা
ಸ್ಥಾಪನೆ