ಅರ್ಥ : যি যন্ত্রৰ দ্বাৰা গান, ভাষণ আদি টেপ কৰিব পৰা যায় বা শুনিব পৰা যায়
ಉದಾಹರಣೆ :
তেওঁ দিনৰ দিনটো টেপ শুনি থাকে
ಸಮಾನಾರ್ಥಕ : টেপ-ৰেকর্ডাৰ
ಅರ್ಥ : চুম্বকীয় ফিটাযুক্ত এবিধ সামগ্রী যি ধ্বনি বা ভিডিঅʼ ্ৰেকর্ড ্কৰা বা শুনাৰ কামত আহে
ಉದಾಹರಣೆ :
মোৰ ওচৰত লতা আৰু ৰফীৰ সকলো গানৰ কেছেট আছে
ಸಮಾನಾರ್ಥಕ : কেছেট
ಅರ್ಥ : চুম্বকীয় ফিটাৰ ওপৰত ৰেকর্ড ্কৰা কার্য
ಉದಾಹರಣೆ :
তেওঁ নিজৰ সন্তানৰ কলকলনি টেপ কৰি থʼলে