ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ টুকুৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

টুকুৰা   বিশেষ্য

ಅರ್ಥ : কোনো বস্ত্র বা পোছাক তৈয়াৰ কৰিবৰ বাবে বনোৱা সিমান পৰিমাণৰ কাপোৰ

ಉದಾಹರಣೆ : শীলাই বজাৰৰ পৰা এটা ব্লাউজৰ পীচ কিনিলে

ಸಮಾನಾರ್ಥಕ : খণ্ড, পীচ

ಅರ್ಥ : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়

ಉದಾಹರಣೆ : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা

ಸಮಾನಾರ್ಥಕ : অংগ, অংশ, খণ্ড, বিভাগ, ভাগ

ಅರ್ಥ : যিকোনো বস্তুৰ গোটা টুকুৰা

ಉದಾಹರಣೆ : এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত

ಸಮಾನಾರ್ಥಕ : খণ্ড

ಅರ್ಥ : বৃত্ত বা পিণ্ডৰ নিচিনা ডাঙৰ গোলাকাৰ বস্তু

ಉದಾಹರಣೆ : শিশুটোৱে বৰফৰ টুকুৰা খাই আছে

ಅರ್ಥ : ফল আদিৰ কটা বা ফালি থোৱা খণ্ড

ಉದಾಹರಣೆ : তেওঁ আপেলটোৰ চাৰি টুকুৰা কৰিলে

ಸಮಾನಾರ್ಥಕ : খণ্ড, ভাগ