ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো কথা বা কামৰ গুণ-দোষ সম্পর্কীয় বিচাৰ কৰা
ಉದಾಹರಣೆ : মহিলা আৰক্ষণৰ বিধেয়কখনৰ ওপৰত বহুত আলোচনা কৰা হৈছে
ಸಮಾನಾರ್ಥಕ : আলোচনা, আলোচনা-বিলোচনা, মন্তব্য
ಅರ್ಥ : কোনো বিষয়ক অলপ বিস্তৃতভাৱে বর্ণন্া কৰা গ্রন্থ
ಉದಾಹರಣೆ : মায়ে ৰামায়ণৰ এটা টীকা পঢ়ি আছে
ಸಮಾನಾರ್ಥಕ : টিপ্পনী, টীকা
ಸ್ಥಾಪನೆ