ಅರ್ಥ : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা
ಉದಾಹರಣೆ :
মোৰ ডিঙিটো টানি ধৰিছে
ಸಮಾನಾರ್ಥಕ : পাক খোৱা, মোচোকা খোৱা, লাগি ধৰা
ಅರ್ಥ : অনুচিতভাৱে লোৱা
ಉದಾಹರಣೆ :
মন্দিৰ সজাৰ নামত তেওঁ এহেজাৰ টকা জোৰ কৰি লʼলে
ಸಮಾನಾರ್ಥಕ : জোৰ কৰা, জোৰ-জবৰদস্তি লোৱা