ಅರ್ಥ : ভাৰতত প্রচলিত মুদ্রা
ಉದಾಹರಣೆ :
ভাৰতীয় টকাত গান্ধীজীৰ ছবি আছে
ಸಮಾನಾರ್ಥಕ : ভাৰতীয় টকা, ৰুপিয়া, ৰুপী
ಅರ್ಥ : ভাৰত, পাকিস্তান আদি দেশত প্রচলিত মুদ্রা বিশেষ
ಉದಾಹರಣೆ :
টকাৰ মূল্য আন্তর্ৰাষ্ট্রীয় ্পর্যায়ত দিনে দিনে কমি অহা দেখা গৈছে
ಅರ್ಥ : ভাৰতত প্রচলিত এটা মোহৰ যাৰ পৰিমাণ এসময়ত প্রচলিত ষোল্ল অনাৰ সৈতে সমান
ಉದಾಹರಣೆ :
ককা-দেউতাৰ ওচৰত বিভিন্ন ধৰণৰ টকা আছে