ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সূতা, শন আদিৰে বাটি তৈয়াৰ কৰা এবিধ দীঘলীয়া বস্তু যাক বিশেষকৈ বন্ধা আদি কামত ব্যৱহাৰ কৰা হয়
ಉದಾಹರಣೆ : গাঁৱৰ মানুহে চোৰটোক ৰচীৰে বান্ধি পেলালে
ಸಮಾನಾರ್ಥಕ : ৰচী, ৰজ্জু
ಅರ್ಥ : বৃক্ষৰ ডালৰ পৰা ওলোৱা শিপা
ಉದಾಹರಣೆ : লʼৰা-ছোৱালীবোৰে বৰগছৰ জৰীত ধৰি দুলি আছে
ಸಮಾನಾರ್ಥಕ : জৰি
ಸ್ಥಾಪನೆ