ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ জ্বলোৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

জ্বলোৱা   ক্ৰিয়া

ಅರ್ಥ : জুই সংযোগ কৰি কোনো বস্তুক জ্বলাত প্রবৃত্ত কৰা

ಉದಾಹರಣೆ : আহাৰ ৰান্ধিবৰ কাৰণে মালতীয়ে চৌকা জ্বলালে

ಅರ್ಥ : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া

ಉದಾಹರಣೆ : বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে

ಸಮಾನಾರ್ಥಕ : উৎপীড়ন কৰা, কষ্ট দিয়া, দুঃখ দিয়া, দুখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া, শাস্তি দিয়া

ಅರ್ಥ : কাৰোবাৰ মনত সন্তাপ বা ঈর্ষা উৎপন্ন কৰা

ಉದಾಹರಣೆ : জেঠালেকে নতুন-নতুন কাপোৰপিন্ধি ভাইবোৱাৰীয়েকক জ্বলাইছে

ಅರ್ಥ : চাকি আদি জ্বলা কার্য

ಉದಾಹರಣೆ : মাননীয় অধ্যক্ষই সমাৰোহ উদ্ঘাটন কৰিবলৈ বন্তি প্রজ্বলন কৰিলে

ಸಮಾನಾರ್ಥಕ : প্রজ্বলন কৰা