ಅರ್ಥ : কোনো বস্তুৰ গুৰুত্ব বা ওজনৰ পৰিমাণ জানিবৰ কাৰণে দগা-পাল্লা বা তর্জু আদিত উঠোৱা কার্য
ಉದಾಹರಣೆ :
দোকানীজনে ধান জুখি আছে
ಸಮಾನಾರ್ಥಕ : ওজন কৰা
ಅರ್ಥ : জোখ লোৱা হোৱা
ಉದಾಹರಣೆ :
দুখীয়াসকলক দিবৰ বাবে মাটি জোখা হʼল
ಅರ್ಥ : কোনো বস্তু, কার্য আদিৰ বিস্তাৰ ঘনত্ব আদিৰ মান বা পৰিমাণ উলিওৱা কার্য
ಉದಾಹರಣೆ :
তেওঁ ্কাপোৰখিনি মিটাৰত জুখিছে
ಸಮಾನಾರ್ಥಕ : মাপ কৰা