ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : থকা বা ধাৰণ কৰা ঠাই
ಉದಾಹರಣೆ : ইয়াত আৰু কাপোৰ ৰাখিব পৰা জেগা নাই
ಅರ್ಥ : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
ಉದಾಹರಣೆ : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
ಸಮಾನಾರ್ಥಕ : ক্ষেত্র, ঠাই, থল, থান, প্রদেশ, ভূমি, স্থল, স্থান
ಅರ್ಥ : কোনো বস্তু বা অৱয়বৰ ওপৰ অংশ বা তল ভাগ
ಉದಾಹರಣೆ : তেওঁৰ শৰীৰৰ ভালেমান ঠাইত তিল আছে
ಸಮಾನಾರ್ಥಕ : অৱস্থান, জাগা, ঠাই
ಅರ್ಥ : এক বিশেষ স্থিতি
ಉದಾಹರಣೆ : আপুনি মোৰ ঠাইত হোৱা হʼলে কি কৰিলেহেঁতেন
ಸಮಾನಾರ್ಥಕ : ঠাই
ಸ್ಥಾಪನೆ