ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : জুইশলা ভৰাই থোৱা সৰু আকাৰৰ বাকচ বিশেষ
ಉದಾಹರಣೆ : ধুপকাঠি জ্বলাবৰ কাৰণে আইতাই দিয়াচলাইৰ পৰা জুইশলা উলিয়াই আছে
ಸಮಾನಾರ್ಥಕ : দিয়াচলাই, মেচ, মেচ বক্স
ಅರ್ಥ : মিহি কাঠৰ শলা যাৰ এটা মূৰত অকণমান গন্ধকৰ মিশ্রণ লগোৱা থাকে আৰু ইয়াক ঘর্ষণৰ ্ দ্বাৰা জুই জ্বলোৱা হয়
ಉದಾಹರಣೆ : মমতাই জুইশলাৰে ধূপ জ্বলাইছে
ಸಮಾನಾರ್ಥಕ : জুইশলা কাঠী, দিয়াচলাই কাঠী, মেচ-কাঠী
ಸ್ಥಾಪನೆ