ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যʼত চেতনা আছে
ಉದಾಹರಣೆ : মানুহে মৃত বুলি ভবা ব্যক্তিজনক ডাক্তৰে চাই চেতন আছে বুলি কʼলে
ಸಮಾನಾರ್ಥಕ : চেতন, চেতনযুক্ত, চেতনাযুক্ত, জীয়া, জীৱিত, সংজ্ঞাযুক্ত, সজ্ঞান
ಅರ್ಥ : জীয়াই থকাজন বা যাৰ প্রাণ আছে
ಉದಾಹರಣೆ : জীৱিত প্রাণীৰ বংশবৃদ্ধি হয়
ಸಮಾನಾರ್ಥಕ : চেতন, চেতনা থকা, জিন্দা, জীয়ন্তা, জীয়া, জীৱধাৰী, জীৱিত, প্রাণ থকা, প্রাণৱন্ত, সচেতন, সজীৱ
ಅರ್ಥ : জীৱিত ৰূপত
ಉದಾಹರಣೆ : কিশোৰে ৰামলীলাত জীৱন্ত অভিনয় কৰিলে
ಸಮಾನಾರ್ಥಕ : সজীৱ
ಸ್ಥಾಪನೆ