ಅರ್ಥ : ব্যঞ্জন আদিত মছলা হিচাপে ব্যৱহাৰ কৰা তিতা, কʼলা, সৰু গোলাকাৰ গুটি বিশেষ
ಉದಾಹರಣೆ :
মোৰ ককাদেউতাই জালুক দি বনোৱা চাহ খাই ভাল পায়
ಅರ್ಥ : ব্যঞ্জনত মছলা হিচাপে ব্যৱহাৰ কৰা সৰু, গোলাকাৰ,কʼলা আৰু জ্বলা সোৱাদৰ গুটিৰ এজোপা লতাজাতীয় গছ
ಉದಾಹರಣೆ :
খেতিয়কে পথাৰত জালুক গছৰ শিপা উঘালি আছে
ಸಮಾನಾರ್ಥಕ : জালুক গছ