ಅರ್ಥ : যি লিপিত জাপানী ভাষা লিখা হয়
ಉದಾಹರಣೆ :
ৰূপাই জাপানীত লিখা-পঢ়া কৰিব পাৰে
ಸಮಾನಾರ್ಥಕ : জাপানী-লিপি
ಅರ್ಥ : জাপান দেশৰ ভাষা
ಉದಾಹರಣೆ :
ৰামে জাপানী কʼব পাৰে
ಅರ್ಥ : জাপানত বসবাস কৰা
ಉದಾಹರಣೆ :
জাপানীসকল বৰ পৰিশ্রমী
ಅರ್ಥ : জাপানৰ বা জাপানৰ সৈতে সম্বন্ধ থকা
ಉದಾಹರಣೆ :
জাপানী বস্তু সস্তা, ধুনীয়া আৰু দী্র্ঘম্যাদী হয়