ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : চলয়মান ভীৰ বা যি ভীৰ কোনো ঠাইলৈ অহা যোৱা কৰিব পাৰে
ಉದಾಹರಣೆ : মানুহ জুমৰ আগে আগে এদন যুৱক গৈ আছিল
ಸಮಾನಾರ್ಥಕ : জুম
ಅರ್ಥ : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ
ಉದಾಹರಣೆ : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল
ಸಮಾನಾರ್ಥಕ : পাল, সমুদায়, সমূহ
ಅರ್ಥ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
ಉದಾಹರಣೆ : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
ಸಮಾನಾರ್ಥಕ : গণ, গোট, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ
ಅರ್ಥ : জোৰেৰে আগবাঢ়ি যোৱা জনসমূহ বিশেষ
ಉದಾಹರಣೆ : সীমান্তত সৈনিকৰ দল দেখিবলৈ পোৱা গৈছে
ಸಮಾನಾರ್ಥಕ : দল
ಸ್ಥಾಪನೆ