ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কʼৰবাৰ পৰা পানী আহি জমা হোৱা ঠাই বা যি ঠাইত পানী জমা হয়
ಉದಾಹರಣೆ : জলাশয়ত পদুম ফুল ফুলি আছে
ಸಮಾನಾರ್ಥಕ : হ্রদ
ಅರ್ಥ : পানীৰ ডাঙৰ কুণ্ড বা গাঁত
ಉದಾಹರಣೆ : বেছি গৰমৰ কাৰণে এই পুখুৰীটোৰ পানী শুকাই গৈছে
ಸಮಾನಾರ್ಥಕ : খাল, নাদ পুষ্কৰিণী, পুখুৰী, সৰসী, সৰোবৰ, হ্রদ
ಅರ್ಥ : প্রাকৃতিকভাৱে হোৱা দীঘে-পথালিয়ে বহু ঠাই আগুৰি থকা জলভাগ
ಉದಾಹರಣೆ : তেওঁ সৰোবৰত গা ধুই আছে
ಸಮಾನಾರ್ಥಕ : ডুবি, ডোবা, তৰাগ, পুষ্কৰিণী, লেʼক, সৰসী, সৰোবৰ, হ্রদ
ಸ್ಥಾಪನೆ